কিছু অদ্বিতীয় আৰু আমোদজনক সাধাৰণ জ্ঞান

চৈতালী ঘোষ সহকাৰী শিক্ষয়িত্রী, বঙৰা তালুকদাৰপাৰা বালিকা প্রাথমিক বিদ্যালয়, ৰামপুৰ শিক্ষাখন্ড

কিছু অদ্বিতীয় আৰু আমোদজনক সাধাৰণ জ্ঞান
(১). মানৱ শিশু এজনৰ দেহত ৰক্তবাহী নলীৰ দৈৰ্ঘ্য কিমান ?
উ: ৬০,০০০ মাইল ,যি পৃথিৱীক দুবাৰতকৈ বেছি মেৰিয়াই লব পাৰে |

(২). কোনবিধ স্তন্যপায়ী প্রাণী কেতিয়াও বমি নকৰে ?
উ: ঘোৰা |

(৩). মেকুৰীয়ে কি খাদ্যৰ সোৱাদ নাপায় ?
উ: মিঠা খাদ্যৰ |

(৪).কোনবিধ প্রাণী পিছফালে খোজকাঢ়িব নোৱাৰে ?
উ: কেংগেৰু |

(৫).পৃথিৱীৰ বুৰঞ্জীত আটাইতকৈ চুটি যুদ্ধ কিমান সময়ৰ বাবে হৈছিল ?
উ: ৩৮ মিনিট |