সীমিত সম্পদ, অসীমিত সম্ভাৱনা
শিক্ষন আৰু শিকন প্ৰক্ৰিয়াত চৌপাশৰ ভৌতিক পৰিবেশে বাৰুকৈয়ে প্ৰভাৱ পেলায়! এটা শান্ত, সুন্দৰ, মনোগ্ৰাহী পৰিবেশে মন আৰু মননক ...Read article
তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ আৰু শিক্ষা ব্যৱস্থা
আজিকালি শিক্ষা বিষয়ক আলোচনাত অথবা অন্যান্য ক্ষেত্ৰৰ উন্নয়ন আৰু পৰিকল্পনা সম্পৰ্কীয় আলোচনাত ICT ( Information and Communication Technology.) ৰ প্রসংগ সদৰ্থকভাৱেই উল্লেখ কৰা হয় | এতিয়া ...Read article
Language and Language Teaching in the context of National Education Policy 2020
The lack of a proper understanding of the nature of language and its role in ...Read article
শিশুৰ আচৰণজনিত সমস্যা আৰু তাৰ প্ৰতিকাৰৰ ঘৰুৱা দিহা
ইমন এজন বাৰ বছৰীয়া ল'ৰা, পেছাত দেউতাক এজন শিক্ষক আৰু মাক এখন কলেজৰ কৰ্মচাৰী। বিবাহৰ আঠ বছৰৰ পাছত ইমনৰ জন্ম। ...Read article
চীন ভ্ৰমণৰ ডুখৰীয়া স্মৃতি
ভ্ৰমণে মানুহক দিয়ে প্ৰচুৰ আনন্দ, বিভিন্ন অভিজ্ঞতা, মনৰ দৃঢ়তা আৰু লগতে চহকী কৰে জ্ঞানৰ ভঁৰাল। সেই ভ্ৰমণ দেশতেই হওঁক বা ....Read article
শিক্ষা জগতৰ মহীৰূহ- ভূগোল বিজ্ঞানী ড. মহম্মদ তাহেৰ
ড. মহম্মদ তাহেৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী বৰেণ্য ভূগোল বিজ্ঞানী আছিল।মহান...Read article
প্ৰাথমিক বিদ্যালয়ত অনলাইন শিক্ষা ব্যৱস্থা আৰু কিছু অন্য দিশ
ক'ৰোনাই কেৱল আমাৰ ৰাজ্য অথবা দেশৰেই নহয়, সমগ্ৰ বিশ্বৰ শৈক্ষিক ক্ষেত্ৰখনলৈ এক প্ৰত্যাহ্বান কঢ়িয়াই আনিছে, যাক 'নিউ নৰ্মেল' বুলি ...Read article
CLIMATE CHANGE AND GOVERNANCE
The life on the earth is virtually a gift of congenial climatic condition. Severe adversity against a tolerable ...Read article
আত্ম বিকাশ
মানুহ জনে হাতত লাখুটি ডাললৈ বাৰাণ্ডাত বহি আছিল। জেঠ মাহৰ কোনোবাটো দুপৰীয়া নে আবেলি ঠিক পাহৰিলোঁ। আমি তেতিয়া বিশ্ববিদ্যালয় ...Read article
কিশোৰী স্বাস্থ্য আৰু ৰক্তাল্পতা(এনিমিয়া)
বহুক্ষেত্ৰত দেখা যায় ছোৱালী এজনীয়ে এঘাৰ-বাৰ বছৰত ভৰি দিয়াৰ লগে-লগে কেতবোৰ অন্যমনস্কতাত ভোগে,ভাগৰ অনুভৱ কৰে,পঢ়া-শুনাত...Read article
মানসিক স্বাস্থ্য আৰু সমাজৰ পৰা ইয়াৰ দূৰত্ব
অ' হেৰি। আমাৰ ইয়াৰনো এইকেইদিন কি হৈছে? ৰুমটোত অকলে অকলে সোমাই কিখন যে...Read article
টেলিপেথি
বৰ্ণময় মানুহৰ জীৱন আৰু বৰ্ণময় মানুহৰ মন।বৰ্ণময় জীৱনটো পৰিচালিত...Read article
"'সত্য' আজি শ্বাসৰুদ্ধ"
আজিকালি মিছা কথাৰ প্ৰচলন ইমান বেছি হৈছে যে প্ৰকৃত সঁচা কথাটো বিশ্বাস কৰিবলৈ...Read article
চোৰাংচোৱা ৰাজকন্যা নূৰ- নাজী হিটলাৰক বিপাঙত পেলোৱা ভাৰতীয় মূলৰ মহিলাগৰাকী
চোৰাংচোৱা ৰাজকন্যা---- কিবা যেন আচহুৱা লগা কথা । কিয়নো পৌৰাণিক আখ্যান সমূহতেই হওক...Read article
অতিমাৰীৰ কালত কৰ্মস্পৃহা আৰু অৰ্থনীতি
বিদ্যাই বিনয়ী কৰে , বিনয়ে উপযুক্ততা দিয়ে, উপযুক্ত হ'লে ধন আহৰণ হয়, ধনৰ পৰা ধৰ্ম, তাৰ...Read article
পৰিপুষ্টি শিক্ষা আমাক কিয় লাগে?
পৃথিৱীৰ সকলো জীৱিত প্ৰাণীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হৈছে স্বাস্থ্য। সেয়েহে সততে কোৱা হয় স্বাস্থ্যই পৰম ধন। যাৰ স্বাস্থ্য আছে তাৰ সকলো আছে। এটা সুস্থ সৱল স্বাস্থ্যৰ গৰাকী হ'বলৈ হ'লে অতি আৱশ্যকীয় বস্তুটো হ'ল খাদ্য। ...Read article
Role Of Education In Women Empowerment---Issues And Impacts
There is always an existence of a number of elements in the society which are underprivileged of their basic rights in every society, state and nation, but these elements lack in the awareness of their rights...Read article
Integration of ICT in Education
Integration of Information and Communication Technology (ICT) in education is a recent trend that refers to technologies which are being used for collecting, storing, editing, and passing on knowledge and info...Read article
প্ৰযুক্তিবিদ্যাৰ সফল ৰূপায়ণত অভিভাৱকৰ সহযোগিতা আৰু অপপ্ৰয়োগৰ পৰা সন্তানক বিৰত ৰখাৰ প্ৰক্ৰিয়া
শিক্ষাৰ বিভিন্ন দিশ বা ক্ষেত্ৰত প্ৰযুক্তি বিজ্ঞানৰ সফল ৰূপায়ণ অতি প্ৰয়োজনীয় হৈ পৰিছে।শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যা সমাধান কৰিবৰ বাবে বিজ্ঞানৰ যিবোৰ তত্ত্ব প্ৰয়োগ কৰা হয়,সিয়েই হ'ল শিক্ষা প্ৰযুক্তি বিজ্ঞান...Read article
বিশেষ প্ৰয়োজন সম্পন্ন শিশু(CWSN) আৰু সৰ্বাত্মক শিক্ষাৰ ধাৰণা
শাৰীৰিক বা মানসিকভাৱে প্ৰত্যাহ্বান মূলক শিশু তথা যিবোৰ শিশুৰ শিকণ অক্ষমতা থাকে তেনে শিশু সকলক বিশেষ প্ৰয়োজন সম্পন্ন শিশু ( CWSN) বুলি কোৱা হয়। যিবোৰ শিশু শিকণ ধীৰ, যাক আমি Slow Learner বুলি কও তেনে শিশু ও বিশেষ প্ৰয়োজন সম্পন্ন শিশুৰ...Read article
শিশু মনস্তত্ত্ব আৰু কিছু সাময়িক অনুভৱ
সময়ৰ লগে লগে আমিবোৰো সলনি হওঁ বা হ'বলৈ চেষ্টা কৰি আহিছোঁ। আমি প্ৰত্যেকেই নতুনক আদৰি বিভিন্ন সময়ত নিজকে খাপ খুৱাবলৈ যত্ন কৰো।এই মে জীৱন ধাৰণৰ একো একোটা নতুন চিৰি বগাবলৈ গৈ আমি কিছুমান যন্ত্ৰবৎ হৈ উঠিছো, আন কিছুমানে এলেহুৱা আৰু কিছুমানে উদাসীন ভাৱে সময় কটাইছো; সৰু-ডাঙৰ সকলোৱে ...Read article
অবিৰত আৰু সামগ্ৰিক মূল্যায়নৰ প্ৰয়োজনীয়তা
মূল্যায়ন হৈছে পাঠ্যক্ৰমৰ এক অপৰিহাৰ্য অংগ। যাৰ অবিহনে পাঠদান আৰু পাঠগ্ৰহণ কাৰ্য সম্পূৰ্ণ নহয়। মূল্যায়ন ব্যৱস্থাৰ দ্বাৰা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক আৰু সহ-বিদ্যায়তনিক দিশত কিমান অগ্ৰসৰ হ'বলৈ সক্ষম হৈছে এই সম্পৰ্কে অৱগত হ'ব পাৰি। মূল্যায়নে পাঠ্যক্ৰম আৰু পাঠ্যপুথিৰ মানদণ্ড, শিক্ষকৰ পাঠদান প্ৰক্ৰিয়া সঠিক ৰূপত ...Read article
Organization Of The Programme of English Teaching
The teaching of English at different stages has to be organised with great care and forethought. If the organisation ...Read article
যুক্তাক্ষৰ শিক্ষণৰ জঁট আৰু সমাধান ( খণ্ড -৩ )
যোৱা সংখ্যাৰ পাচৰ পৰা--- ট-বৰ্গৰ বৰ্ণৰ লগত 'ম্' যুক্ত হ'লে, ম্ টো 'ণ' লৈ ৰূপান্তৰিত হয়। কাৰণ ট-বৰ্গৰ শেষৰ নাসিকা বৰ্ণ 'ণ'। উদাহৰণবোৰ চালেই বুজিব পাৰিব। আমি গাণিতিক পদ্ধতিৰে উপস্থাপন কৰিছোঁ। ...Read article
Learning Mathematics in School Level
If we look we find that of the 7 countries good in Mathematics, India ranks 7th though all the renowned mathematicians like Aryabhatta, Brahmagupta were from India.Even today, many Mathematicians are working as Scientists in NASA. World's best IT companies are owned by Indians and many Indians are working in highest prestigious positions in these companies. But surprisingly, many ...Read article
Y-KIRAN - সমগ্ৰশিক্ষা, কামৰূপৰ বৈদ্যুতিক মাধ্যমত শিক্ষাপ্ৰদানৰ এক অভিনৱ প্ৰচেষ্টা
Y-KIRAN হ'ল কোভিড সৃষ্ট পৰিস্থিতিত ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক সমৰ্থনৰ উদ্দেশ্যৰে সমগ্ৰশিক্ষা কামৰূপৰ এক অভিনৱ আৰু মহান শৈক্ষিক প্ৰচেষ্টা। কোভিড-19 মহামাৰীৰ এই গুৰুত্বপূৰ্ণ সময়ত শিশুসকলক শৈক্ষিক সমৰ্থন প্ৰদান কৰাৰ লক্ষ্যৰে Y-KIRAN নামৰ এই ইউটিউব চেনেলটো সমগ্ৰ শিক্ষা, কামৰূপৰ দ্বাৰা মাননীয় জিলা শিক্ষা বিষয়া ও জিলা মিছন সমন্বয়ক শ্ৰী অপূৰ্ব ঠাকুৰীয়াদেৱৰ তত্বাৱধানত...Read article
ডিজিটেল শৈশৱ
দুটা দশকৰ আগলৈকে পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানৰ দশম বা একাদশ জন্ম দিৱসত এটা ম'বাইল ফোন বা ' আইপেড ' উপহাৰ দিয়াৰ প্রৱনতা খুব সীমিত আছিল | কিন্ত একবিংশ শতিকাৰ প্রেক্ষাপটত আমাৰ সন্তানক এটা ইলেকট্ৰনিক গেজেট ( স্মাৰ্টফোন, লেপটপ, টেবলেট) উপহাৰ দিয়াটো এক অঘোষিত ফেশ্বন বা সাধাৰণ কথাৰ দৰে | সম্প্রতি এখন চাইকেল বা ভাল কিতাপ বা অভিধান বা এখন শব্দকোষ দিয়াৰ সলনি আমি ইলেকট্ৰনিক সামগ্ৰী দিয়াটো পছন্দ কৰো | ...Read article
অসম বাজেট ২০২১ : এক অৱলোকন
অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী অজন্তা নেওঁগে যোৱা মাহত এখন জনকল্যাণমুখী ঘাটি বাজেট উত্থাপন কৰাৰ লগে লগে এক নতুন দিশৰ সূচনা হয়। বিত্তমন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ বাৰ্ষিক আয়-ব্যয়ৰ তথ্য দিয়াৰ উপৰিও কেবাখনো নতুন আঁচনিৰ কথা ঘোষণা কৰে। নিসন্দেহে এই বাজেটখন অসমৰ জনসাধাৰণৰ সৰ্বস্তৰৰ লোকৰ বাবে এখন জনকল্যাণমুখী বাজেট বুলি ক'ব পাৰি।...Read article
ব্যক্তিগত অনুভৱৰ পৰা...
কলা-সাহিত্য ভাল পাওঁ, সাহিত্যৰ আলোচনা ভাল পাওঁ। এই বিষয়ক বিভিন্ন আলোচনা, বিশ্লেষণ, ৰচনা আদিৰ বাবে এক আকৰ্ষণ অনুভৱ কৰোঁ। বহু কথা...Read article
ক'ভিড মহামাৰীৰ সময়ত প্ৰাথমিক বিদ্যালয়ৰ শিশুৰ মানসিক স্বাস্থ্যৰ অৱনতি আৰু তাক অটুট ৰখাত শিক্ষকৰ ভুমিকা
চলিত শতিকাৰ দ্বিতীয়টো দশকৰ শেষৰ ফালে সমগ্ৰ বিশ্ব এক অভাৱনীয় সংকট আৰু অনিশ্চয়তাৰ সম্মুখীন হৈছিল আৰু সেই অনিশ্চয়তাই বৰ্তমান...Read article
POTTERY MAKING TRADITION AMONG THE HIRA COMMUNITY OF ASSAM
The making of pottery is an important event of prehistoric age which marked the begining of Neolithic revolution in human society . It's impact had ...Read article
ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস উদযাপনৰ প্ৰতিবেদন
১২আগষ্ট, বৃহস্পতিবাৰ, ২০২১চন, ভাৰতৰ প্ৰখ্যাত গ্ৰন্থাগাৰ বিশেষজ্ঞ এছ. আৰ. ৰংগনাথন যি ভাৰতৰ গ্ৰন্থাগাৰ বিজ্ঞানৰ পিতৃ স্বৰূপে খ্যাত সেইজনা মহান মনিষীৰ...Read article
ল'ৰালিৰ খেল ধেমালি
শৰীৰ আৰু মনৰ উৎকৰ্ষ সাধনৰ কাৰণে খেল-ধেমালিয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । শিশু অৱস্থাৰ পৰা ল'ৰা-ছোৱালীয়ে বিভিন্ন ...Read article
পৰিৱৰ্তনৰ মন্ত্ৰ
"আমাৰ সৰ্বাঙ্গীণ উন্নতিৰ কাৰণে আমি পৰিৱৰ্তন আনিব....তাৰ বাবে আমি নিজকে পৰিৱৰ্তন কৰিব লাগিব ....."।
শিক্ষক – মহাশয়, পৰিৱৰ্তনৰ কথা সকলোৱে কয় আৰু প্ৰায়ে শুনা যায় এইটো কি ইমান সহজ কাম নেকি ? ...Read article
কিছু অদ্বিতীয় আৰু আমোদজনক সাধাৰণ জ্ঞান
(১). মানৱ শিশু এজনৰ দেহত ৰক্তবাহী নলীৰ দৈৰ্ঘ্য কিমান ?
উ: ৬০,০০০ মাইল ,যি পৃথিৱীক দুবাৰতকৈ বেছি মেৰিয়াই লব পাৰে |...Read article
আইতাৰ চোতালত সাধু শুনাৰ মজা
ইংৰাজী ৯/৮/২০২১তাৰিখে বৈদ্যুতিন মাধ্যমৰ জৰিয়তে, কামৰূপ জিলাৰ সমগ্ৰ শিক্ষাৰ উদ্যোগত...Read article
মোৰ আদৰ্শ শিক্ষক "মালী" দেৱ
আদৰ্শ শিক্ষক / শিক্ষয়িত্ৰী বুলিলে মোৰ মানস পৰ্দাত এনে এখন ছবি মূৰ্ত্ত হৈ উঠে - যিজন ব্যক্তি পিন্ধনত ...Read article
আদৰ্শ শিক্ষক হিচাপে অৰবিন্দ চন্দ্ৰ ডেকা
শিক্ষক হিচাপে অৰবিন্দ চন্দ্ৰ ডেকাৰ আছে বিৰল প্ৰতিভা। তেখেত এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক...Read article
The person behind "Bangara Talukdarpara LPS" Mrs. Daibyabala Choudhury
Teaching is a noble profession that shapes the character , caliber and future of an individual. If people ...Read article
এজন আদৰ্শ শিক্ষকৰূপে শ্ৰদ্ধাৰ লক্ষীৰাম ৰাভা
১৯৬১ চনৰ জানুৱাৰী মাহৰ ২৯ তাৰিখে কামৰূপ জিলাৰ ৰাণী শিক্ষাখণ্ডৰ অন্তৰ্গত আন্ধেৰী জুলি...Read article
৭৫ তম স্বাধীনতা দিৱসৰ ৰেঙণি
জিলা প্ৰশাসনৰ সৌজন্যত তথা সমগ্ৰ শিক্ষা, কামৰূপৰ তত্ত্বাৱধানত পয়সত্তৰ (৭৫) তম স্বাধীনতা ...Read article
দলৈতোলা সমল কেন্দ্ৰৰ এজন শিক্ষাগুৰুৰ কথাৰে
মই শ্ৰী কল্পনা হালৈ ব্যক্তি সমল কেন্দ্ৰ সম্বন্বয়ক হিচাবে দায়িত্ব লোৱা ৫...Read article
শিক্ষক দিৱসৰ তাৎপর্য
" শিক্ষক এডাল মমবাতিৰ দৰে যি নিজে গলি আনক পোহৰ দিয়ে..."|
" Teachers are born not built .."
শিক্ষক দিৱস হৈছে এনে...Read article
মোৰ মণ্ডলৰ মহান শিক্ষাগুৰু জনৰ বিষয়ে কিছু কথা
পৃথিৱীৰ সবাতোকৈ মহৎ বৃত্তি শিক্ষকতা।
"শিক্ষক জন্মে। জোৰকৈ শিক্ষকতা কৰিবলৈ কাকো হেঁচা প্ৰয়োগ কৰিব নোৱাৰি।" ...Read article
চুইটি মাহী লৈ চিঠি
পোন প্ৰথমে মোৰ সেৱা গ্ৰহণ কৰিব। ঈশ্বৰৰ কৃপাত আমি কুশলে আছোঁ।আশা কৰোঁ আপোনাৰো মঙ্গল। ...Read article
TEACHERS DAY
Teacher's day is a special day for the appreciation of teachers and may include celebrations to honor them for their special contributions in a particular field area, or the community in general.
Many countries celebrate their teachers day on 5th Octobor in conjunction with World Teachers day, which ...Read article
অতি সুন্দৰ হৈছে
অতি সুন্দৰ হৈছে, কভিদ-১৯ ৰ সংক্ৰমণৰ সময়ত এনেদৰে অনলাইন আলোচনী প্ৰকাশ কৰাটো বৰ সহজ কথা নহয়....Read article
গুৰুবাৰ্তা আলোচনীখনৰ দ্বিতীয় সংখ্যা
গুৰুবাৰ্তা আলোচনীখনৰ দ্বিতীয় সংখ্যা পঢ়ি খুব ভাল লাগিল।আলোচনী খনত প্ৰকাশ পোৱা প্ৰতিটো শিতান সুন্দৰ আৰু মনোগ্ৰাহী হৈছে।আলোচনী খনত জঢ়িত সকলোলৈকে আন্তৰিক অভিনন্দন জনালোঁ। কোভিদ সৃষ্ট পৰিবেশত ছাত্ৰ ছাত্ৰীৰ শিক্ষা অবিৰত ৰাখিবৰ বাবে ....Read article
বৰ ভাল হৈছে
বৰ ভাল হৈছে।এখন উন্নত মানৰ ই আলোচনী হৈছে....Read article
গুৰুবাৰ্তা সম্পৰ্কত আমাৰ প্ৰতিক্ৰিয়া
জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ আৰু সমগ্ৰ শিক্ষা, কামৰূপ অসমৰ যৌথ উদ্যোগত জিলা শৈক্ষিক অন্তঃকৰণ গোটৰ দ্বাৰা প্ৰকাশিত অনলাইন শৈক্ষিক পত্ৰিকা "গুৰুবাৰ্তা"ৰ ইতিমধ্যে দুটা সংখ্যা প্ৰকাশ ...Read article
মৰমৰ, সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ সকলো পৰীক্ষাৰ্থী
মৰমৰ, সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ সকলো পৰীক্ষাৰ্থীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। তোমালোকৰ অন্তৰৰ অৱস্থা আমি বাৰুকৈয়ে বুজিছো। ইমান দিনে পৰীক্ষা হোৱাৰ আশাত যি দিন ৰাতি এক কৰি পঢ়িলা ই....Read article
আমাক আৱৰি থকা উভচৰ আৰু সৰীসৃপ!
মোৰ মৰমৰ কণমানি বন্ধু বান্ধৱী সকল। মই জানোঁ যে তোমালোকে বৰষুণৰ বতৰত ভেকুলীবোৰে গাই থকা, ক্ৰোকিং (croaking) কৰি থকা শব্দ শুনিছা। আৰু গ্ৰীষ্মকালীন আবেলিবোৰত স্লিডাৰিং (slithering) কৰি থকা সাপবোৰ দেখিছা। তোমালোকে বাৰু কেতিয়াবা এই ধুনীয়া আৰু আকৰ্ষণীয় ...Read article
ট্ৰেকিং জানো আহক, ট্ৰেকিং কৰো আহক
ট্ৰেকিং হল খোজকঢ়াৰ এটা আনন্দপূৰ্ণ অভিজ্ঞতা যত এদিনতকৈ বেছিসময় বিভিন্ন ভিতৰুৱা অঞ্চল, পাহাৰ, পৰ্বত, জংগল আদিৰ প্ৰাকৃতিক দৃশ্য চোৱা, প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰাৰ লগতে নতুন ঠাই আৱিস্কাৰ কৰা হয়। ট্ৰেকিঙৰ খুব সুন্দৰ আভিধানিক সংজ্ঞা বিছাৰি পালো, যিটো প্ৰকৃত অৰ্থত সঁচা, সেইয়া হল ট্ৰেকিং মেডিটেচনৰ সমাৰ্থক।মেডিটেচনত যেনেকৈ মাথো নিজক উপলব্ধি কৰা যায় ট্ৰেকিংটো পাহাৰ পৰ্বত, প্ৰকৃতিৰ মাজত মাথো নিজক বিছাৰি পোৱা যায়।এয়া যেন এক সাধনা।ট্ৰেকিং দুভৰিৰে পাহাৰ পৰ্বত, পাহৰৰ ভিতৰুৱা ...Read article
টকিঅ' অলিম্পিক ২০২০ত ভাৰত আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০
এজন ক্ৰীড়াবিদৰ জীৱনত এটা ডাঙৰ সপোন থাকে , এই সপোনটো হ'ল বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিকত অংশগ্ৰহণ কৰাটো আৰু ... Read article
চেম্পিয়ন কোন? এৰা পৰলীয়া বাটত আৰনিং কেবাং
চেম্পিয়ন কোন?—নিশ্চয়কৈ সোণোৱালী পদকত চুমা দি প'ডিয়ামৰ আটাইতকৈ ওপৰত থিয় দি থকাজন৷কিন্তু সকলোৱে সেই শীৰ্ষত উপনীত হ'ব...Read article
সজীৱ ৰং ৰহইছ অন্তৰ্নিহিত হৈ থকা যি কাৰ্য্যত শিশুৱে আমোদৰ সন্ধান পায়, সেয়াই হ'ল খেল - ধেমালি
সজীৱ ৰং ৰহইছ অন্তৰ্নিহিত হৈ থকা যি কাৰ্য্যত শিশুৱে আমোদৰ সন্ধান পায়, সেয়াই হ'ল খেল - ধেমালি ...Read article