অংকীয়া নাটত ভক্তিৰস

কুমাৰিকা গোস্বামী শিক্ষয়িত্ৰী, কামৰূপ জিলা

ৰস শব্দৰ ব্যুৎপত্তিগত অৰ্থ সংস্কৃতত '' ৰসস্বয়তে অসৌ হতি ৰসা'' ৰূপত পোৱা যায় অৰ্থাৎ যাৰ আস্বাদন কৰা হয়,কিন্তু সাহিত্যত কাব্য পঢ়া,শুনা বা তাৰ ওপৰত অভিনয় উপভোগ কৰোতে যি আনন্দপ্ৰাপ্তি হয় তাকে... Read article