সৃষ্টিৰ বসন্ত

প্ৰাণজিৎ ডেকা সহকাৰী গৱেষণা বিষয়া, শ্ৰম কল্যাণ বিভাগ, দিছপুৰ

Pranjit-Deka

সাঁথৰৰ ইপাৰে
একত্বত সমৰ্পিত
সৃষ্ট এই জীৱন - যৌৱন;

শ্বসিত হ'ল এই ভালপোৱা
আৰু আত্মভূত পৰম আনন্দ।

চৌপাশে সৃষ্টিৰ দুপৰ বসন্ত
তথাপি অনিৰ্ণীত জীৱন
আৰু সেয়ে হয়তো বিনন্দীয়া জীৱন !