খেলৰ মাজেৰে শিক্ষা

চুইটি বেজবৰুৱা বেলতলা, গুৱাহাটী, কামৰূপ মহানগৰ,অসম, ফোন নম্বৰ : ৯৪৩৫০১১৪৮০

ডঃ ভূপেন হাজৰিকা দেৱৰ ভাষাৰেই কওঁ - শাৰীৰিক শক্তি বৃদ্ধি , সু- স্বাস্থ্যৰ লগতে কৰ্মোদ্যম , যৌৱনৰ প্ৰাচুৰ্যৰে ভৰপূৰ এক জীৱনৰ বাবে ক্ৰীড়াৰ অভ্যাসন অতি আৱশ্যক । বিদ্যালয়ত শিশু সকলক আনুষ্ঠানিক শিক্ষা প্ৰদান... Read article