অসমীয়া ভাষাত সচৰাচৰ কিছুমান ভুলকৈ ব্যৱহাৰ কৰা শব্দ

কমলেশ্বৰ ডেকা খণ্ড সমল ব্যক্তি,হাজো

      অসমীয়া ভাষাত সচৰাচৰ কিছুমান ভুলকৈ ব্যৱহাৰ কৰা শব্দ ।

                                                              কমলেশ্বৰ ডেকা ,খণ্ড সমল ব্যক্তি,হাজো ।

অগৃহীত

গৃহীত

মন্তব্য

দছ

দহ

 

ধাননী পথাৰ

ধাননি

 

ভৰিৰে গছকা

গছকা

 

বঙালী ভাষা

বাংলা ভাষা

 

লিখনী

লেখা

 

হাততালি

হাতচাপৰি

 

ভূল

ভুল

 

ৰাইজ সকল

ৰাইজ

 

আটাইবিলাক

আটায়ে

 

মুহুৰ্ত

মুহূৰ্ত্ত

 

দুৰাৱস্থা

দুৰৱস্থা

 

শান্তনা

শান্ত্বনা

 

দহটা বজা

দহ বজা

 

তেওঁও

তেৱোঁ

 

শক্তিৱান

শক্তিমান

 

ফুল ফুটে

ফুল ফুলে

 

বতাহ আহিছে

বতাহ বলিছে

 

নাও এৰি দিয়া

নাও মেলি দিয়া

 

ভুলি আহিলো

পাহৰি আহিলো

 

নামাকৰণ

নামকৰণ

 

লৰা

ল’ৰা

 

তাৰোপৰি

তদুপৰি

 

এইয়া

এয়া

 

প্ৰতিযোগীতা

প্ৰতিযোগিতা