ডাকৰ বচন

সংগ্ৰহক- শ্ৰীকল্পনা মেধি, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, ৰামপুৰ।

গণিতৰ প্ৰয়োগ স্পষ্ট হৈ ওলোৱা দুটামান ডাকৰ বচন
১)আউসীৰ এক,পূৰ্ণিমাৰ দুই।
মাকৰ ঘৰক নাযায় জী।।
২)ষোল্ল চাষে মূলা তাৰ অৰ্ধেক তুলা ।তাৰ অৰ্ধেক ধান,বিনা চাষে পাণ ।।...
Read article

অনুপ্ৰেৰণা

শ্ৰীদীনেশ চন্দ্ৰ কলিতা খণ্ড সমল ব্যাক্তি, হাজো

শিক্ষক:- ইমান কষ্ট কৰি শিকাইছোঁ ,ছাত্ৰ-ছাত্ৰীয়ে নিশিকে, শিকিবলৈ ইচ্ছা নকৰে ।
প্ৰশিক্ষক :-নিৰাশ নহ'ব, আপুনি পাৰিব। শিক্ষণতকৈ ছাত্ৰ-ছাত্ৰীৰ শিকণতহে বেছি গুৰুত্ব দিয়ক।
শিক্ষক :- বুজা নাই ?
প্ৰশিক্ষক:-বিভিন্ন শিক্ষণ–শিকন সামগ্ৰী ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীক পঞ্চেন্দ্ৰিয়ৰ জৰিয়তে শিকনত সহায় কৰক । ...
Read article

অসমীয়া ভাষাত সচৰাচৰ কিছুমান ভুলকৈ ব্যৱহাৰ কৰা শব্দ

কমলেশ্বৰ ডেকা খণ্ড সমল ব্যক্তি,হাজো

অসমীয়া ভাষাত সচৰাচৰ কিছুমান ভুলকৈ ব্যৱহাৰ কৰা শব্দ ।... Read article