ৰিণিকি ঐ ৰিণিকি বাজিছে অ' পেঁপাটি

সূৰ্যকুমাৰ ভট্টাচাৰ্য্য অধ্যক্ষ,দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়

“কুলি কেতেকীয়ে ইনালে বিনালে
মৰমী বিহুটিৰ কথাকে ক’লে.....”
আকৌ আগমন হ'ল ঋতুৰাজ বসন্তৰ । বননিৰ পৰা ভাঁহি অহা কুলি কেতেকীৰ সুমধুৰ স্বৰে যেন তাকে সোৱৰাই দিলে । চ'ত মহীয়া ছিৰাল ফাট দিয়া ধৰণীখন এজাক বৰষুণৰ পিছতে প্ৰাণ চঞ্চলা হৈ পৰিল । গছে বনে... Read article