সম্পাদনা সমিতি

গুৰুবাৰ্তা

প্ৰথম বছৰ,দ্বিতীয় সংখ্যা, মে, ২০২১

Vol-1, Issue-2, May - 2021. 

 

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ আৰু সমগ্ৰ শিক্ষা,কামৰূপ,অসমৰ যৌথ উদ্যোগত জিলা শৈক্ষিক অন্তঃকৰণ গোটৰ দ্বাৰা প্ৰকাশিত অনলাইন শৈক্ষিক পত্ৰিকা।

Gurubarta, an online academic journal published by District Academic Core Group,Kamrup with the joint initiative of District Institute of Education & Training(DIET), Kamrup and Samagra Sikshya, Kamrup, Assam.

 

সূচনা

জিলা শৈক্ষিক অন্ত:কৰণ গোটৰ সভাৰ সিদ্ধান্তমৰ্মে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ আৰু সমগ্ৰ শিক্ষা,কামৰূপ, অসমৰ যৌথ উদ্যোগত ‘গুৰুবাৰ্তা’ শীৰ্ষক তিনিমহীয়া অনলাইন শৈক্ষিক পত্ৰিকা প্ৰকাশৰ দিহা কৰা হৈছে। এই পত্ৰিকাৰ আনুষ্ঠানিক প্ৰকাশক হ’ল জিলা শৈক্ষিক অন্ত:কৰণ গোট,কামৰূপ (District Academic Core Group,Kamrup)।এই বাৰ্তালোচনীৰ যোগেদি কামৰূপ জিলাৰ ছাত্ৰ ছাত্ৰী তথা প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকসকলৰ শৈক্ষিক উত্তৰণ আৰু এই শিক্ষা ব্যৱস্থাৰ সৈতে সম্পৰ্কিত শিক্ষা প্ৰশাসন, প্ৰশিক্ষণ তথা সামূহিক সভ্যসকলৰ সৈতে এক সংহত শৈক্ষিক বাতাবৰণৰ বিকাশ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই প্ৰচেষ্টাৰ অংশ হৈছে শিক্ষক সমাজ, ছাত্ৰ ছাত্ৰী,বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শী সমল ব্যক্তিসকল, শিক্ষা প্ৰশাসন আৰু প্ৰশিক্ষণ ক্ষেত্ৰৰ অংশীদাৰসকল। তদুপৰি আমাৰ শিক্ষা ব্যৱস্থাৰে জড়িত সামূহিক সভ্যসকল তথা অভিভাৱক সমাজৰো সহায় সহযোগিতা কামনা কৰা হৈছে। এই ‘গুৰুবাৰ্তা’খনি প্ৰকাশৰ বাবে নিম্নোক্ত সদস্যসকলৰ অন্তৰ্ভুক্তিৰে এখনি সম্পাদনা সমিতি গঠন কৰা হৈছে। এই সম্পাদনা সমিতি পৰিৱৰ্দ্ধিত সমিতি আৰু কাৰ্যবাহী সমিতিৰ ৰূপত গঠন কৰা হৈছে।নিৰ্দিষ্ট উপবিধি অনুসাৰে এই সম্পাদনা সমিতিৰ কাৰ্যকাল আৰু কাৰ্যপ্ৰণালী নিয়ন্ত্ৰিত হ’ব। সময়ে সময়ে বিষয়বস্তুৰ লগত সংগতি ৰাখি নতুন সদস্যৰ অন্তৰ্ভুক্তি আৰু পুৰণি সদস্যৰ অব্যাহতিৰ কৰ্তৃত্ব সম্পাদনা (পৰিৱৰ্দ্ধিত) সমিতিৰ থাকিব।

 

Disclaimer: এই পত্ৰিকাত প্ৰকাশিত কোনো অভিমত লেখকৰ একান্তই নিজৰ। এইক্ষেত্ৰত সম্পাদনা সমিতিয়ে কোনো অনাকাংক্ষিত তথা বিসংগতিমূলক বিষয়ৰ পোষকতা নকৰে আৰু এনে বিষয় উদ্ভৱ হ’লে ততালিকে অপনয়ন কৰাৰ ব্যৱস্থা থাকিব।

 

কৃতজ্ঞতা: ‘গুৰুবাৰ্তা’ প্ৰকাশৰ এই আয়োজনৰ প্ৰতি আন্তৰিক সহযোগিতা আগবঢ়োৱা আৰু লেখাৰ মাধ্যমেৰে ‘গুৰুবাৰ্তা’ পৰিয়ালক উপকৃত কৰা প্ৰতিগৰাকী শুভানুধ্যায়ী ব্যক্তিলৈ আমি জনাইছো আন্তৰিক কৃতজ্ঞতা। শিক্ষা যিহেতু এক সংহত বিষয়, সেয়ে আমি নিৰ্মাণ কৰিব খোজো বিভিন্ন ক্ষেত্ৰৰ লোকসকলৰ সৈতে এক বৌদ্ধিক আৰু সামাজিক সেঁতু।অনাগত সময়ত আপোনাসৱৰ দিহা পৰামৰ্শ আমাৰ একান্তই কাম্য।

পৰিৱৰ্দ্ধিত  সম্পাদনা সমিতি :

মুখ্য উপদেষ্টা:

অপূৰ্ব ঠাকুৰীয়া , জিলা প্ৰাথমিক শিক্ষা বিষয়া, কামৰূপ                                                

সভাপতি:

ড° পংকজা বৰুৱা, অধ্যক্ষা,জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ

উপদেষ্টা:

মাধৱ চন্দ্ৰ ডেকা, বিদ্যালয়সমূহৰ পৰিদৰ্শক, কামৰূপ                                    

উপ সভাপতি:

প্ৰাণেশ্বৰ গোস্বামী, জ্যেষ্ঠ প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ

                                       

মুনীন গোস্বামী, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া

 

মুখ্য সম্পাদক :

° শিৰোমণি ভূঞা, প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ               

তত্বাৱধায়ক:

ভূপেন কুমাৰ দাস, জ্যেষ্ঠ প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ  

সংগীতা গোস্বামী, জিলা আঁচনি বিষয়া, শিক্ষক প্ৰশিক্ষণ,সমগ্ৰ শিক্ষা, কামৰূপ

কাৰ্যবাহী সম্পাদক:

চুইটি বেজবৰুৱা, জিলা আঁচনি বিষয়া,সমগ্ৰ শিক্ষা কামৰূপ                                 

শ্ৰীযুত কমলেশ্বৰ ডেকা, খণ্ড সমল ব্যক্তি, হাজো খণ্ড                                                                 

কাৰিকৰী সম্পাদক:

হিমালিনী বেজবৰুৱা, প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ 

কলা সম্পাদক:

কমল মহন্ত, প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ             

প্ৰশান্ত শইকীয়া, প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ 

জেপুলিন দাস, সহ শিক্ষয়িত্ৰী, ৰামপুৰ খণ্ড

সংগীতা তালুকদাৰ, প্ৰগ্ৰেমাৰ, সমগ্ৰ শিক্ষা, কামৰূপ

সুৰভি দাস, সহ শিক্ষয়িত্ৰী,কমলপুৰ খণ্ড

স্বপ্না তালুকদাৰ, সহ শিক্ষয়িত্ৰী,কৰৰা খণ্ড

দীনেশ চন্দ্ৰ কলিতা, খণ্ড সমল ব্যক্তি,হাজো খণ্ড

 

সহযোগী সদস্য:

প্ৰাঞ্জলী ভট্ৰ, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক,ৰাণী খণ্ড

ধৰ্মেন্দ্ৰ বড়ো, খণ্ড সমল ব্যক্তি, ৰঙিয়া খণ্ড

ভূপেন্দ্ৰ সুত, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, কৰৰা খণ্ড

কল্পৰাম বৈশ্য, বিজ্ঞান শিক্ষক, ছমৰীয়া খণ্ড

পংকজ দাস, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক,বকো খণ্ড

গীতা বসুমতাৰী গগৈ, সহ শিক্ষয়িত্ৰী, ৰামপুৰ খণ্ড

কল্পনা মেধি, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, ৰামপুৰ খণ্ড

জাহিদুল ৰহমান, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক,কৰৰা খণ্ড

নিজামুল হক, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, ছমৰীয়া খণ্ড

 

প্ৰচাৰ আৰু তত্বাৱধায়ক সমিতি-  সমূহ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া

শিতান সমন্ধীয় বিশেষ সমিতি:

ক্ষেত্ৰভিত্তিক শৈক্ষিক গৱেষণা শাখা :

ডেইজী গগৈ, প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ

প্ৰাঞ্জলী ভট্ৰ, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক,ছয়গাঁও খণ্ড

বিনীতা নাথ, সহ শিক্ষয়িত্ৰী, ছয়গাঁও খণ্ড

ভূপেন নাথ, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক

মুস্তাফা কালাম, বিজ্ঞান শিক্ষক, ৰঙিয়া খণ্ড

কবিতা শিতান -----

জুনু দাস, প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ             

ৱাহিদা আহমেদ, প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ             

কমেলশ্বৰ ডেকা, খণ্ড সমল ব্যক্তি, হাজো খণ্ড

দেৱজিত দাস, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, ৰামপুৰ খণ্ড

বিভাৰাণী দাস, শিক্ষয়িত্ৰী, হাজো ছোৱালী মজলীয়া বিদ্যালয়

পাঠ প্ৰসংগ  আৰু শৈক্ষিক প্ৰশ্নোত্তৰ শিতান ---

প্ৰাণেশ্বৰ গোস্বামী, জ্যেষ্ঠ প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ

হিমালিনী বেজবৰুৱা, প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ

মধুমিতা শৰ্মা, প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ

বীৰেণ ভট্ৰাচাৰ্য, প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ

মিতালী মহন্ত, প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ

প্ৰশান্ত শইকীয়া, প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ

হৃদয় ভট্ৰাচাৰ্য, প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ

অঞ্জনা ডেকা, খণ্ড সমল ব্যক্তি, হাজো খণ্ড

গীতাশ্ৰী কলিতা, সহ শিক্ষয়িত্ৰী, কৰৰা খণ্ড

ভূপেন সূত, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, কৰৰা খণ্ড  

নুৰুদ্দিন আহমেদ, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, ছমৰীয়া খণ্ড

শ্ৰীমন্ত নাজিৰ, খণ্ড সমল ব্যক্তি, কমলপুৰ খণ্ড

শিক্ষকৰ মনৰ বতৰা

শিতান পৰিচালনাৰ বিশেষ সমিতি-

ৱাহিদা আহমেদ, প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ

কল্পনা দাস, জিলা আঁচনি বিষয়া, কামৰূপ

অতুল কলিতা, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, ছয়গাঁও খণ্ড

স্বপ্না তালুকদাৰ, সহ শিক্ষয়িত্ৰী, কৰৰা খণ্ড

আলাউদ্দিন আহমেদ, খণ্ড সমল ব্যক্তি, কমলপুৰ খণ্ড

অকণিৰ আকাশ

শিতান পৰিচালনা বিশেষ সমিতি

মিতালী মহন্ত, প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ

দেৱযানী দাস,জিলা আঁচনি বিষয়া,কামৰূপ

নমিতা লহকৰ,সহ শিক্ষয়িত্ৰী, কৰৰা খণ্ড

জ্বলি ভট্ৰাচাৰ্য, সমল ব্যক্তি, ৰাণী খণ্ড

প্ৰকাশক আৰু স্বত্ব : জিলা শৈক্ষিক অন্ত:কৰণ গোট, কামৰূপ,অসম

কাৰ্যবাহী সম্পাদনা সমিতি :

মুখ্য উপদেষ্টা:

অপূৰ্ব ঠাকুৰীয়া, জিলা প্ৰাথমিক শিক্ষা বিষয়া, কামৰূপ                                                                 

সভাপতি:

ড° পংকজা বৰুৱা, অধ্যক্ষা,জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ

উপদেষ্টা:

মাধৱ চন্দ্ৰ ডেকা, বিদ্যালয়সমূহৰ পৰিদৰ্শক, কামৰূপ                                       

উপ সভাপতি:

প্ৰাণেশ্বৰ গোস্বামী, জ্যেষ্ঠ প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ

                                                    

মুনীন গোস্বামী, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া

মুখ্য সম্পাদক্:

° শিৰোমণি ভূঞা, প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ               

তত্বাৱধায়ক:

ভূপেন কুমাৰ দাস, জ্যেষ্ঠ প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ 

শ্ৰীযুতা সংগীতা গোস্বামী,  জিলা আঁচনি বিষয়া, শিক্ষক প্ৰশিক্ষণ,সমগ্ৰ শিক্ষা, কামৰূপ

 

কাৰ্যবাহী সম্পাদক:

শ্ৰীযুতা চুইটি বেজবৰুৱা, জিলা আঁচনি বিষয়া,সমগ্ৰ শিক্ষা কামৰূপ                         

শ্ৰীযুত কমলেশ্বৰ ডেকা, খণ্ড সমল ব্যক্তি, হাজো খণ্ড                                                 

কাৰিকৰী সম্পাদক:

হিমালিনী বেজবৰুৱা,  প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ 

কলা সম্পাদক:

কমল মহন্ত, প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ                                

প্ৰশান্ত শইকীয়া, প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ 

জেপুলিন দাস, সহ শিক্ষয়িত্ৰী, ৰামপুৰ খণ্ড

সংগীতা তালুকদাৰ, প্ৰগ্ৰেমাৰ, সমগ্ৰ শিক্ষা, কামৰূপ

সুৰভি দাস, সহ শিক্ষয়িত্ৰী,কমলপুৰ খণ্ড

স্বপ্না তালুকদাৰ, সহ শিক্ষয়িত্ৰী,কৰৰা খণ্ড

দীনেশ চন্দ্ৰ কলিতা, খণ্ড সমল ব্যক্তি,হাজো খণ্ড

এই সংখ্যাৰ প্ৰচ্ছদঃ কমল মহন্ত, প্ৰবক্তা, ডায়েট কামৰূপ

প্ৰকাশক আৰু স্বত্ব : জিলা শৈক্ষিক অন্ত:কৰণ গোট, কামৰূপ,অসম

 

Website: www.gurubarta.com

Link is also available at the official website of District Institute of Education & Training, Kamrup, Mirza i.e www.dietkamrupassam.in

Web courtesy: Gunajit Talukdar, Medini Mohan Saikia, Guwahati

Email: gurubarta2020@gmail.com