কিছু অদ্বিতীয় কুইজ আৰু জানিবলগীয়া কথা :

চৈতালী ঘোষ  সহকাৰী শিক্ষয়িত্রী, বঙৰা তালুকদাৰপাৰা বালিকা প্রাথমিক বিদ্যালয়, শিক্ষাখণ্ড: ৰামপুৰ, মো: ৯৬৭৮৪২২৮০৭
Saitali Ghosh

(১).আমি ব্যৱহাৰ কৰা মোবাইল ফোনৰ  SIM কাৰ্ডখনৰ সম্পূৰ্ণ নাম কি ?

উ: Subscriber Identification Module. 

(২). পৃথিৱীৰ ভিতৰত সৰ্বাধিক নিৰাপদ আৰু শূন্য অপৰাধ হোৱা দেশখনৰ নাম কি ?

উ: আইচলেন্ড (Iceland )

(৩).পৃথিৱীত আটাইতকৈ বহু প্রচলিত মানুহৰ নাম কি ?

উ: মহম্মদ (Muhammad )

(৪). মানুহৰ শৰীৰত থকা আটাইতকৈ শক্তিশালী মাংসপেশীটো কি ?

উ: জিভা ( Tongue )