POTTERY MAKING TRADITION AMONG THE HIRA COMMUNITY OF ASSAM

Rubul Hira D.El.Ed Trainee, DIET Kamrup

The making of pottery is an important event of prehistoric age which marked the begining of Neolithic revolution in human society . It's impact had ... Read article

ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস উদযাপনৰ প্ৰতিবেদন

কাশ্মীৰী দাস মণ্ডলী সমল কেন্দ্র সমন্বয়িকা-আগডলা (ক),কৰৰা শিক্ষা খণ্ড, কামৰূপ

১২আগষ্ট, বৃহস্পতিবাৰ, ২০২১চন, ভাৰতৰ প্ৰখ্যাত গ্ৰন্থাগাৰ বিশেষজ্ঞ এছ. আৰ. ৰংগনাথন যি ভাৰতৰ গ্ৰন্থাগাৰ বিজ্ঞানৰ পিতৃ স্বৰূপে খ্যাত সেইজনা মহান মনিষীৰ... Read article

ল'ৰালিৰ খেল ধেমালি

আলাউদ্দিন আহমেদ খণ্ড সমল ব্যক্তি, কমলপুৰ

শৰীৰ আৰু মনৰ উৎকৰ্ষ সাধনৰ কাৰণে খেল-ধেমালিয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । শিশু অৱস্থাৰ পৰা ল'ৰা-ছোৱালীয়ে বিভিন্ন ... Read article

পৰিৱৰ্তনৰ মন্ত্ৰ

দীনেশ চন্দ্ৰ কলিতা খণ্ড সমল ব্যক্তি ,হাজো

"আমাৰ সৰ্বাঙ্গীণ উন্নতিৰ কাৰণে আমি পৰিৱৰ্তন আনিব....তাৰ বাবে আমি নিজকে পৰিৱৰ্তন কৰিব লাগিব ....."।
শিক্ষক – মহাশয়, পৰিৱৰ্তনৰ কথা সকলোৱে কয় আৰু প্ৰায়ে শুনা যায় এইটো কি ইমান সহজ কাম নেকি ? ... Read article

কিছু অদ্বিতীয় আৰু আমোদজনক সাধাৰণ জ্ঞান

চৈতালী ঘোষ সহকাৰী শিক্ষয়িত্রী, বঙৰা তালুকদাৰপাৰা বালিকা প্রাথমিক বিদ্যালয়, ৰামপুৰ শিক্ষাখন্ড

(১). মানৱ শিশু এজনৰ দেহত ৰক্তবাহী নলীৰ দৈৰ্ঘ্য কিমান ?
উ: ৬০,০০০ মাইল ,যি পৃথিৱীক দুবাৰতকৈ বেছি মেৰিয়াই লব পাৰে |... Read article