চুইটি মাহীৰ চিঠি

চুইটি মাহী সৰ্বশিক্ষা অভিযান কামৰূপ, আমিনগাঁও

মৰমৰ অকনিহত
মৰম লবা । আশাকৰো নেদেখাজনৰ কৃপাত তোমালোক সকলোৱে কুশলে আছা । আজি তোমালোকৰ মনৰ বতৰা লবলৈ এটা কথা সুধিব... Read article

শ্বহীদ

নিশিতা ডেকা ৪ৰ্থ শ্ৰেণী, বৰগাঁও মিলনজ্যোতি মধ্য ইংৰাজী বিদ্যালয়

মৰমৰ অকহে শ্বহীদ, প্ৰণামো তোমাক
তোমাৰ মহানতাই দেখুৱালে তোমাৰ ইতিহাস ।
হাতত অস্ত্ৰ লৈ হেং-দাং তুলি আহিছিলা আগবাঢ়ি ।
অসম দেশক ৰক্ষা কৰিবলৈ
... Read article

স্বাধীনতা সেনানী

অংশুমান বনিয়া পঞ্চম শ্ৰেণী, বৰগাঁও মিলনজ্যোতি এম. ই.স্কুল,কৰৰা শিক্ষা খণ্ড

বৃটিছৰ বিৰুদ্ধে বলেৰে
পৰাধীন ভাৰতীয়ই যুজিলে
জন্মস্বত্ব স্বাধীনতা বিচাৰি
... Read article

পখিলা

Ashmita Das Class II, 1259 No Muwamari LPS

অ' পখিলা অ' পখিলা
তোমাৰ পাখি লাহী দুখিলা,
ফুলৰ মৌ চুহি চুহি
... Read article

পৰাধীনতাৰ শিকলি চিঙি

শ্ৰী কংকন কলিতা অষ্টম শ্ৰেণী, গদেবৰী মধ্য ইংৰাজী বিদ্যালয়

পৰাধীনতাৰ শিকলি চিঙি
স্বাধীনতাৰ সপোন ৰচি
জাতিৰ পিতা মহাত্মা গান্ধী
... Read article

স্বাধীনতা সংগ্ৰাম

ধৃতিমান তালুকদাৰ

তোৰ যে তলত আজি ভাৰতৰ

সন্তানৰ সামবেশ

কৌটি সন্তানৰ প্ৰেমৰ চানেকি

... Read article

মোৰ প্ৰিয় শিক্ষক

শ্ৰী তৃষ্ণা তালুকদাৰ অষ্টম শ্ৰেণী, গদেবড়ী মধ্য ইংৰাজী বিদ্যালয়

স্কুলত নামভৰ্তি কৰা দিনৰে পৰা মই যিমানজন শিক্ষক লগ পালো সেই আটাইকেইজন শিক্ষক-শিক্ষয়িত্ৰীয়ে মোৰ প্ৰিয়... Read article

আজি স্বাধীনতা দিৱস

শ্ৰী তৃষ্ণা তালুকদাৰ অষ্টম শ্ৰেণী, গদেবড়ী মধ্য ইংৰাজী বিদ্যালয়

আমাৰ দেশ আজি স্বাধীন সেই লোকসকলৰ বাবে
... Read article

মোৰ প্ৰিয় গীতাঞ্জলি বাইদেউ

Sri Pankaj Baishya Class-VIII, GADEBARI ME SCHOOL

২০১৯চনৰ জানুৱাৰী মাহৰ ৭তাৰিখে বাইদেউক প্ৰথম লগ পাইছিলো I ১১ জানুৱাৰীৰ পৰা পাঠ দান আৰম্ভ... Read article

মোৰ প্ৰিয় শিক্ষয়িত্ৰী

শ্ৰীবনশ্ৰী বৈশ্য গদেবড়ী মধ্য ইংৰাজী বিদ্যালয় । সপ্তম শ্ৰেণী, ৰোল নং--২

মই বৰ্তমান গদেবড়ী মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী । আজিলৈকে মই বহুতো শিক্ষকৰ অধীনত শিক্ষা লাভ ... Read article

স্বাধীনতা দিৱস

শ্ৰীবনশ্ৰী বৈশ্য গদেবড়ী মধ্য ইংৰাজী বিদ্যালয় । সপ্তম শ্ৰেণী, ৰোল নং- ২

১৯৪৭ চনৰ ১৫ আগষ্ট এক ষ্মৰণীয় দিন ;
মোৰ দেশ ভাৰত স্বাধীন হ'ল ।
... Read article

মোৰ প্ৰিয় শিক্ষাগুৰু

শ্ৰী গিতুমণি কলিতা গদেবড়ী মধ্য ইংৰাজী বিদ্যালয় । সপ্তম শ্ৰেণী, ৰোল নং- ১

পোনপ্ৰথমে লিখিবলৈ গ'লে এগৰাকী শিক্ষক এনে এক বস্তু যি এডাল মমবাতিৰ দৰে আশক পোহৰ বিলাব পাৰে । লগতে তেওঁ ... Read article

আমি স্বাধীন

শ্ৰী জুপিতৰা বৈশ্য ষষ্ঠ শ্ৰেণী, গদেবৰী মধ্য ইংৰাজী বিদ্যালয়

আজি স্বাধীনতা দিৱস
চৌদিশে যেন দেশ স্বাধীনৰে
... Read article

মহাত্মা গান্ধী

অংশু মণি বৈশ‍‍্য ৰোল নং-6, শ্ৰেণী- ষষ্ঠমান, গদেৱড়ী মধ‍্য ইংৰাজী বিদ্যালয়

আজি স্বাধীনতা দিৱস
চৌদিশে যেন দেশ স্বাধীনৰে
... Read article

আমাৰ শিক্ষা গুৰু

দীপাংকৰ কলিতা শ্ৰেণী: চতুৰ্থ, বঙ্গৰা তালুকদাৰ বালিকা বিদ্যালয়, ৰামপুৰ শিক্ষা খণ্ড

গুৰু মানে জ্ঞানৰ পোহৰ।আমাৰ জীৱনৰ গুৰু হৈছে শিক্ষক – শিক্ষয়িত্ৰী ।শিক্ষা গুৰু ক আমি ... Read article

সোণৰ দেশ

দীপাংকৰ কলিতা শ্ৰেণী: চতুৰ্থ, বঙ্গৰা তালুকদাৰ বালিকা বিদ্যালয়, ৰামপুৰ শিক্ষা খণ্ড, জিলাঃ কামৰূপ

ভাৰতত তলা বন্ধ।
ঔষধৰ চহৰ
... Read article

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আৰু তেওঁৰ জীৱন দৰ্শন

শ্ৰী সংস্কৃতা ভট্টাচাৰ্য্য শ্ৰেণী - দশম, জনতা হাইস্কুল, ডিমু, শিক্ষাখণ্ড - ডিমু ডোবক, (প্ৰথম স্থান 'গ' শাখা (ৰচনা প্ৰতিযোগিতা)

আৰম্ভণি : " জন্ম যেনেকুৱাই নহওঁক কিয় কৰ্ম হওঁক সদায় ভাল"-------- কবিৰ এই ... Read article

আমাৰ বিদ্যালয়ত শিক্ষক দিৱস উৎযাপন

মাছিক আলী শ্ৰেণী-:চতুৰ্থ

মই পঢ়ি থকা বিদ্যালয়খনৰ নাম ৰাধাকুছি ২নং প্ৰাথমিক বিদ্যালয়।প্ৰতিবছৰে মহান দাৰ্শনিক পণ্ডিত ... Read article

কুইজ: বিষয়- সাহিত্য

মাছিক আলী শ্ৰেণী-:চতুৰ্থ

১। অসমীয়া ভাষা-সাহিত্যৰ জনক কোন?
উত্তৰ= শ্ৰী মন্ত শংকৰদেৱ।
... Read article

ৰুণিমাৰ সপোন

চুইটি বেজবৰুৱা জিলা আঁচনি বিষয়া , সমগ্ৰ শিক্ষা , কামৰূপ

ৰুণিমা নামৰ এগৰাকী কণমানি ছোৱালী আছিল। এদিন ৰাতি শুই থাকোতে ৰুণিমাই এটা সপোন দেখিলে -এটা... Read article

মন যায়

শ্ৰীসোনপাহী দাস পঞ্চম শ্ৰেনী, বাউসী প্ৰাথমিক বিদ্যালয় হাজো খণ্ড

মন যায় মোৰ
চৰাই হবলৈ... Read article