শুভেচ্ছা বাৰ্তা

  • CM

    ড° হিমন্ত বিশ্ব শৰ্মা
    মুখ্যমন্ত্ৰী, অসম

    . . .পঢ়ক

  • EM
    ডা° ৰণোজ পেগু
    শিক্ষামন্ত্ৰী, অসম

    . . .পঢ়ক

সেঁ‌তু

  • Setu

    এক সমৃদ্ধিৰ প্ৰস্থানত

    ডঃ বিনীতা বৰা দেৱচৌধুৰী, সহযোগী অধ্যাপিকা, ভট্টদেৱ বিশ্ববিদ্যালয়

    ২০২১চনৰ ১২মে'৷অসমৰ সাহিত্য,সমাজ, ৰাজনীতি,বৌদ্ধিক পৰিমণ্ডলত এটা যুগৰ অন্ত৷পৃথিৱী জুৰি সৃষ্টি হোৱামহামাৰীয়ে অসমতো এটা যুগৰ অন্ত পেলালে৷ক'ভিডক পৰাস্ত কৰাৰ পিছতো ৰক্ষা নাপালে জীৱন পিয়াসী মানুহজনে৷নিজে বিচৰা ধৰণেৰেই কোনো কৃত্ৰিম শ্বাস প্ৰশ্বাসত জীয়াই নথকাকৈ আঁতৰি গ'ল প্ৰজ্ঞাৰ সাধক হোমেন বৰগোহাঞি৷লগে লগে অন্ত পৰিল অসমৰ ...Read article

  • ভৱিষ্যতৰ স্কুলীয়া শিক্ষা

    ড° শৰৎ বৰকটকী, অধ্যক্ষ, নগাঁও কলেজ, নগাঁও

    ক'ভিড- ১৯ ৰ মহামাৰীয়ে সমগ্র বিশ্বত জনস্বাস্থ্য সাংঘাতিকভাৱে বিপন্ন কৰাৰ লগতে অৰ্থনীতি, শিক্ষা সকলো দিশতে ব্যাপক ক্ষতিসাধন কৰিছে। ইউনেস্কোৰ (The United Nations Educational Scientific and Cultural Organisations) ৰ পৰা প্ৰকাশিত এক তথ্যত কোৱা হৈছে যে বিশ্বৰ ৯০ শতাংশ ....Read article

  • ছাত্ৰ- ছাত্ৰীৰ বাবে আহাৰ আৰু পৰিপুষ্টি

    ড° ৰুমা ভট্টাচাৰ্য, অধ্যাপিকা, খাদ্য বিজ্ঞান আৰু পৰিপুষ্টি বিভাগ, সামুহিক বিজ্ঞান মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়

    আজিৰ যুগৰ গতিশীলতা আৰু পৰিবৰ্তনশীল সমাজ ব্যৱস্থাৰ লগতে সকলো বয়সৰ লোকৰে খাদ্যাভ্যাসৰ মাজতো ব ....Read article

  • Panchayati Raj system in Assam

    Arup Kumar Sarma, ACS, Guwahati

    Panchayati Raj system is the arrangement for local self government which was introduced ...Read article

  • Impact of COVID-19 on Children's Early Education

    Swakkhyar Deka, Senior Information Officer, DIPR under Government of Assam

    As the second wave of Coronavirus pandemic has begun lashing state after state in the country ...Read article

  • WELFARE OF THE PERSONS WITH DISABILITIES (PWDs) IN ASSAM

    Gayatri Singha, Assistant Professor (HoD i/c), Department of Political Science, Mahatma Gandhi University, Meghalaya

    The concept of disability gradually shifted its paradigm from medical to social model because attitudes ...Read article

  • OXYGEN AND COVID-19

    Dr Mithun Nandi, Assistant Prof & Head, Dept of Chemistry, Pandit Deendayal Upadhyaya Adarsha Mahavidyalaya, Eraligool, Karimganj

    Oxygen is one of the basic chemical elements. In its most common form, oxygen is a colourless gas found ...Read article

  • শিৰিষৰ ছাঁত সাক্ষৰতাৰ যাত্ৰা

    স্বৰাজ ফুকন, প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়

    সাক্ষৰতা | এক অমোঘ শক্তি| এই শক্তিয়ে নিৰক্ষৰক দান কৰে সাহস, আত্মবিশ্বাস, আনন্দ আৰু তৃপ্তি | বিষাদিত, সংকোচিত ...Read article

  • Climate change and fate of our ecosystem

    Dr. Nur Hussain, Mimli Das and Arpita Das, Lecturer, Chirang Polytechnic, Bijni, Assam

    Starting from the primordial period of the universe, the so-called "Big Bang" evolved through ...Read article

  • চুটি নাটঃ সুস্থ পৰিৱেশেই সু-স্বাস্থ্যৰ মূল

    মজাফৰ আলী, ৰাজ্যিক প্ৰালোচক, সমগ্র শিক্ষা, অসম

    কবিতাই চোতালত বহি থাকে। এনেতে ৰাখীয়ে বাহিৰৰ পৰা মাত দিয়ে| ৰাখী : কবিতা অ' কবিতা ঘৰত আছানে ? ...Read article

  • Art Integrated Learning (AIL) in Teaching-Learning Environment

    Dhruba Jyoti Borgohain, Dept of Library and Information Science, Mizoram University, Aizawl

    School is the miniature society to develop human resource through a series of cognitive practices that to enhance ...Read article

  • জীৱন জিনাৰ মূলমন্ত্ৰ হব পাৰে হেপ্পীনেছ ক্লাছ

    শিখামণি দত্ত, জাপৰিগোগ , গুৱাহাটী-5, ভ্ৰাম্যভাষ : ৯৮৬৪০১২২২৫

    যোৱাবছৰৰ কথা।তেতিয়া ভাৰতবৰ্ষলৈ Covid ৰ প্ৰৱেশ ঘটাই নাছিল।Corona সম্পৰ্কীয় বাতৰিয়ে ভয়াৱহতা বা শিৰোনাম দখল কৰা নাছিল।ঠিক তাৰ আগে ...Read article

শিক্ষা

  • Siksha

    গণিতত মূল্যবোধ

    শ্ৰী বীৰেণ ভট্টাচাৰ্য, প্ৰবক্তা, ডায়েট, কামৰূপ

    মানৱ জীৱনৰ শিশুকালটো এটা সোণালী সময় বুলি ধৰা হয়। পৃথিৱীৰ প্ৰতিটো শিশুয়েই পৱিত্ৰ। শিশুৰ হাঁহি-কান্দোন আৰু বিভিন্ন ক্ৰিয়াকলাপবোৰ পৃথিৱীৰ সকলো ঠাইতে একে। সময় বাগৰাৰ লগে লগে এই শিশুসকলে লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ জৰিয়তে তেওঁলোকৰ মানসিক বিকাশ হয় আৰু তেনেধৰণৰ আচৰণ প্ৰতিফলিত হয়। প্ৰত্যেকজন অভিভাৱকে নিজৰ সন্তানৰ মানসিক উৎকৰ্ষ যাতে সঠিক দিশত বিকশিত হয় তাৰবাবে যত্নপৰ হোৱা দেশা যায়। এইখিনিতেই মানুহ হিচাপে ...Read article

  • যুক্তাক্ষৰ শিক্ষণৰ জঁট আৰু সমাধান, খণ্ড - ২

    প্ৰাণেশ্বৰ গোস্বামী, জ্যেষ্ঠ প্ৰৱক্তা, ডায়েট কামৰূপ, মিৰ্জা

    যোৱা সংখ্যাৰ পৰা -
    চ-বৰ্গৰ বৰ্ণৰ লগত 'ম্' যুক্ত হ'লে 'ম্' টো 'ঞ' লৈ ৰূপান্তৰ হয়। কাৰণ চ- বৰ্গৰ শেষৰ নাসিকা বৰ্ণ 'ঞ'। উদাহৰণবোৰ চালেই বুজিব পাৰিব। আমি গাণিতিক ধাৰণাৰে উপস্থাপন কৰিছোঁ।...Read article

  • Problems of the Second Language Learner

    Wahida Ahmed, Lecturer, DIET Kamrup, Mirza

    Language is one of the gifts of god given to human beings. Language plays an important role in our social life. The main function of a language is to communication through, ideas, feelings and emotions in the absence of language the communication process is unthinkable.
    There is very little that is known for certain about language learning. All the same we know that the native speaker acquires his mother ...Read article

  • Role of folk tales in teaching English as a language in lower primary school

    Himalinee Bezbaruah, Lecturer, DIET Kamrup

    English is considered as a global language in India, a multilingual country. The power of expression in a language is a matter of skill rather than of knowledge. It is a power that grows by exercise, not by knowing merely meanings, or rules (A.L.Kohli, 2001). Language is the basic medium of instruction without which human social life could not have emerged (Vallabi, 2011) ...Read article

  • হাতৰ আখৰৰ প্ৰয়োজনীয়তা : এটা উপলব্ধি

    ৰবীন পাঠক, অৱসৰী বেংক বিষয়া। বংশৰ। কামৰূপ। দূৰভাষ_ _৮৮১১০৬০২৮৪)

    এজন অবোধ শিশু, এখিলা কাগজ। নীলা চিয়াঁহীৰ সৰু নিবযুক্ত এটা কলম। এটা বলপেন। এডাল জোঙা কাঠ পেঞ্চিল। এডাল ৰাবাৰ । একোছা ৰঙীন পেঞ্চিল । সৃষ্টি হয় কেতবোৰ আঁক-বাক। ৰূপ লয় ছবিৰ, আখৰৰ। ক,আ,ক,খ ; ১,২,৩,৪ ; a,b,c,d । প্ৰতিফলিত হয় মনৰ কথা আখৰ বা লিখাৰ মাধ্যমেৰে । সেইদৰে ৰঙীন কেনভাচত তুলিকাৰ স্পৰ্শত খোদিত হয় হৃদয়ৰ পৰিভাষা, কল্পনাৰ ডেউকালগা ছবি। মন উৰা মাৰে সাতুৰঙী ৰামধেনুৰ দেশলৈ, দিগন্ত ...Read article

  • THE 21ST CENTURY SKILLS - A BIRD'S-EYE VIEW

    Jepulin Das, Assistant Teacher, Satpakhali M.V.S, Rampur block, Kamrup

    The '21st century skills' is the term that has been come across very often in the field of education in recent years. The NEP 2020 has also stressed upon the acquisition of the 21st century skills for holistic development of the learners. The policy treated education as a means through which India should achieve its rightful place in the world – both as an 'economic' ...Read article

  • How to Raise Learner's Motivation during Covid time

    Priyanka Nath, PGT (English), Rampur Higher Secondary School

    As the whole world is witnessing the wrath of a pandemic which has altered the state of developed and developing countries as a whole, an important section of our society is suffering silently with the fear of an uncertain future. They are not other than the students who are the precious gems of our nation. They bear the responsibility of nation building task. In their solder lies the heavy duty of strengthening the foundation of our country. So, it becomes a matter of concern when we come to the point of how to keep them motivated during the course of this pandemic situation. ...Read article

  • পৰ্বতাৰোহনৰ কথাৰে

    জুলিমা ডেকা, সহ শিক্ষয়িত্ৰী, মধ্য জটিয়াভাংৰা প্ৰাথমিক বিদ্যালয়, কৰৰা শিক্ষা খণ্ড

    পাহাৰ আৰু পৰ্বত বগোৱা সমষ্ট প্ৰক্ৰিয়াটো হ'ল পৰ্বতাৰোহন। পৰ্বতাৰোহন(Mountaineering) দুঃসাহসিক ক্ৰীড়াৰ এক অন্যতম বিভাগ।পৰ্বতাৰোহনে মানুহৰ নিভৃত কোণত লুকাই থকা অদম্য সাহস আৰু দুঃসাহসিকতাক প্ৰৰোচিত কৰে।পৰ্বতাৰোহন মানুহৰ বাবে হৈ পৰে এক সাংঘাটিক নিচা।যি নিচাত পৰি মানুহে নিজৰ জীৱনকো তুচ্ছ কৰি নিজক প্ৰতিষ্ঠিত কৰিছে দুৰ্গম্য তুষাৰাবৃত পৰ্বতৰ শিখৰত।পৰ্বতাৰোহন হৃদয়ৰ গভীৰতম প্ৰেম, যাৰ প্ৰেমত পৰি মানুহে কৰে অসাধ্য সাধন।যাৰ প্ৰেম ...Read article

সাময়িকী

  • Samayaki

    বিদ্যালয়ত পুথিভঁ‌ৰালৰ প্ৰয়োজনীয়তা

    গীতাশ্ৰী কলিতা, সমন্বয়ক, কৰৰা শিক্ষাখণ্ড

    আজিৰ শিশু ভৱিষ্যতৰ মানৱ সম্পদ। এই সম্পদ বিকাশৰ দয়িত্ব এটা পৰিয়ালৰ লগতে এখন সমাজৰো। শিশু এটিয়ে জন্ম হৈয়েই পৰিয়ালৰ লোকৰ পৰা মাত-কথা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতিৰ ...Read article

  • সাম্প্ৰতিক দু:সময় আৰু শিক্ষাৰ্থীৰ ভৱিষ্যৎ

    অপূৰ্ব শৰ্মা, সহকাৰী শিক্ষক, চাংসাৰি মোক্তাৱ প্ৰাথমিক বিদ্যালয়, চাংসাৰি, ভ্ৰাম্যভাষ: ৯৪৩৫৮১৮২৮৪

    বৰ্তমান সময়ত সমগ্র বিশ্বই এক জটিল সন্ধিক্ষণৰ সন্মুখীন হৈছে। সভ্যতাৰ উচ্চ শিখৰত আৰোহণ কৰিও আজি মানৱজাতি প্ৰকৃতিৰ ওচৰত যেন পৰাভূত। আধুনিকতাৰ ধামখুমীয়াত উটি ভাঁহি গৈ ...Read article

  • শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষাৰ প্ৰয়োজনীয়তা

    হেমন্ত কুমাৰ কলিতা, সহকাৰী শিক্ষক, শিকাৰহাটী আঞ্চলিক হাইস্কুল, শিক্ষা খণ্ড—ৰাণী

    শিক্ষাৰ মাধ্যম মাতৃভাষা হোৱা উচিত বুলি শিক্ষাবিদ্ , বুদ্ধিজীৱী সকলে সততে স্বীকাৰ কৰি আহিছে | মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰাৰ লগে লগে মাতৃভাষা শিক্ষাৰ গুৰুত্ত্ব বৃদ্ধি পায় ...Read article

  • বৈজ্ঞানিক দৃষ্টিভংগীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰ হওক

    প্ৰদীপ কলিতা, সহ:শিক্ষক, হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয, Phone: 7002369851

    মানুহৰ চিন্তা -চৰ্চা আৰু কাম-কাজত বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগ কৰিব পৰাৰ সামৰ্থ্যই হ'ল বৈজ্ঞানিক দৃষ্টিভঙ্গী বা মানসিকতা । ভাৰতবৰ্ষৰ শিক্ষানীতিৰ প্ৰয়োগৰ ক্ষেত্ৰত চৰকাৰখনে ব্যৰ্থ হোৱা বুলি বিশেষজ্ঞসকলে ...Read article

বৰ্ণালী

  • Bornali

    আজিৰ পৰিৱেশ আৰু সমাজৰ কৰণীয়

    দিপাশ্ৰী দত্ত, সহকাৰী শিক্ষয়িত্ৰী, বঙৰা তালুকদাৰপাৰা বালিকা প্ৰাথমিক বিদ্যালয়

    ২০১৯ বৰ্ষৰ শেষৰফালে বিশ্বজুৰি এটি বাতৰিয়ে সন্ত্ৰাস সৃষ্টি কৰিছিল । বাতৰি মতে, চীনদেশৰ য়ুহান প্ৰদেশৰ এখন মাংসৰ বজাৰৰ পৰা উৎপত্তি হোৱা কৰ'না নামৰ এবিধ ভাইৰাচে মানুহক তিল তিল ...Read article

  • মাতৃ ভাষা শিক্ষা

    কৃষ্ণ কলিতা, কেন্দ্ৰ সমম্বয়ক, ৰঙিয়া শিক্ষা খণ্ড, দূৰভাষ:- ৯৭০৭৩৯০০৬৮

    ঠিক তেনেকৈ আইৰ মুখৰ ভাষা যাক আমি কও মাতৃ+ভাষা (মাৰ ভাষা) = মাতৃভাষা, তাতকৈও যে উৎকৃষ্ট শিক্ষাৰ মাধ্যম কিবা হ'ব পাৰে সেয়া কোনো শিক্ষাবিদ বা শিশুৰ ভাষিক বিকাশৰ বাবে ...Read article

  • শৈক্ষিক পৰিৱেশ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ কৰ্তব্যবোধ

    ৰাহুল মিলি, প্ৰশিক্ষাৰ্থী, DIET Kamrup, Phone : 9678876435

    মানৱ জাতিয়ে এখোজ-দুখোজকৈ আগবাঢ়ি আহি একৈশ শতিকাত উপনীত হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানৱ জাতিক দিনক দিনে আগুৱাই লৈ গৈছে। ইয়াৰ প্ৰধান কাৰক হৈছে 'শিক্ষা'। শিক্ষা ...Read article

  • কিছু অদ্বিতীয় কুইজ আৰু জানিবলগীয়া কথা

    চৈতালী ঘোষ, সহকাৰী শিক্ষয়িত্রী, বঙৰা তালুকদাৰপাৰা বালিকা প্রাথমিক বিদ্যালয়, শিক্ষাখণ্ড: ৰামপুৰ

    (১).আমি ব্যৱহাৰ কৰা মোবাইল ফোনৰ  SIM কাৰ্ডখনৰ সম্পূৰ্ণ নাম কি?
    উ: Subscriber ...Read article

সাংস্কৃতিকী

  • Sangskritiky

    ৰিণিকি ঐ ৰিণিকি বাজিছে অ' পেঁপাটি

    সূৰ্যকুমাৰ ভট্টাচাৰ্য্য, অধ্যক্ষ,দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়

    আকৌ আগমন হ'ল ঋতুৰাজ বসন্তৰ । বননিৰ পৰা ভাঁহি অহা কুলি কেতেকীৰ সুমধুৰ স্বৰে যেন তাকে সোৱৰাই দিলে । চ'ত মহীয়া ছিৰাল ফাট দিয়া ধৰণীখন এজাক বৰষুণৰ পিছতে প্ৰাণ চঞ্চলা হৈ পৰিল । গছে বনে কুঁহিপাত মেলিলে । চৌপাশে সেউজীয়া কেৱল সেউজীয়া ...Read article

ক্ৰীড়াংগন

  • Kriyangan

    খেলভিত্তিক শিক্ষা আৰু শৈশৱ কাল

    ড০ প্ৰতিমা দেৱী শৰ্মা, অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ প্ৰবক্তা, জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান, চামগুৰি, নগাওঁ

    বৰ্তমান 'কোভিড' সৃষ্ট পৰিস্থিতিৰ মাজেৰে শৈক্ষিক পৰিৱেশ আগবঢ়াই নিবলৈ হ'লে শিক্ষক সকলে বিশেষকৈ প্ৰা্ক-প্ৰাথমিক বিদ্যালয়ৰ শিশু সকলৰ ক্ষেত্ৰত 'খেলভিত্তিক শিক্ষা' (Playway in Education) ... Read article

ৰং তুলিকা

অৰণ্যম

  • Aranyam

    Few Winter Migratory Wetland Birds of Assam

    Dr. Rajeev Basumatary, HoD, Department of Zoology, D.R.College, Golaghat

    Few Winter Migratory Wetland Birds of Assam...Read article

  • প্ৰকৃতি প্ৰাৰ্থনা মানৱতাৰ প্ৰধান ভূষণ হওক

    মণিকা বড়ো, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ,মিৰ্জা

    মনুষ্য প্ৰকৃতিৰ শেহতীয়া সংযোজন। আদিম জীৱৰ ক্ৰমবিৱৰ্তনৰ ফলতেই বৰ্তমানৰ মানৱ ৰূপটো সম্ভৱ হৈ উঠিছে। মানুহৰ আবিৰ্ভাৱৰ আগতেই ফল-ফুল, গছ-লতিকাৰে ভৰি আমাৰ এই ধৰণীখন বসবাসৰ উপযোগী হৈ উঠিছিল। এক কথাত কবলৈ গলে মানুহ প্ৰকৃতিৰ উৰ্দ্ধত নহয়, মানুহ প্ৰকৃতিৰ অন্তৰ্ভুক্তহে। মানুহ আৰু প্ৰকৃতি, এটা আনটোৰ পৰিপূৰক। এটাৰ অবৰ্তমানত আনটোৰ অস্তিত্ব অকল্পনীয়।
    মানুহ প্ৰকৃতিৰ দাস। প্ৰকৃতিৰ সৃষ্টিৰাজিয়ে আমাক দিয়ে জীয়াই থকাৰ আনন্দ। যুগ যুগ ধৰি কবি, লেখক তথা শিল্পীক প্ৰকৃতিয়েই নতুন সৃষ্টিৰ বাবে উৎসাহিত তথা অনুপ্ৰাণিত কৰি আহিছে। ৰঘুনাথ চৌধাৰীৰ বিহগী কবিতাৰ পৰা আদি কৰি হীৰেণ ভট্টাচাৰ্যৰ ভালপোৱাৰ ...Read article

মাৰ্গদৰ্শন

  • Margdarshan

    A Study on newly developed Pre-Primary Curriculum transaction in Government Schools of Kamrup District , Assam

    Sweety Bezboruah, DPO(AS),Kamrup,Assam

    Introduction : Early Childhood Care and Education ( ECCE) aims at providing adequate and appropriate opportunities to children for their all-round development and growth .it is during the early years that children start developing the cognitive ,physical ,social and emotional skills that they need to succeed in life .Research from around the ...Read article

  • কামৰূপ জিলাত প্ৰাক্ -প্ৰাথমিক শিক্ষাৰ বুনিয়াদ

    সুৰভী দাস, সহঃ শিক্ষয়িত্ৰী, ৫৮৪ নং টেঙাবাৰী নিঃ বুঃ বিদ্যালয়

    শিশুৰ বিকাশ এক সৰ্বাঙ্গীন প্ৰক্ৰিয়া। এক নিৰ্দিষ্ট সময়ৰ বিকাশে শিশুৰ বাকীছোৱা জীৱনৰ ভেটি সুদৃঢ় কৰে। সেয়ে আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ পূৰ্বে প্ৰাক্ - প্ৰাথমিক শিক্ষাৰ সময়চোৱাত শিশুৰ শাৰীৰিক, মানসিক আৰু ভাষিক তথা মনস্তাত্ত্বিক বিকাশৰ প্ৰতি বিশেষ ভাৱে গুৰুত্ব দিবলগীয়া হয়। প্ৰয়োজনীয় কৌশল ...Read article